- Видео 38
- Просмотров 584 863
Aamar Parikrama
Индия
Добавлен 4 май 2015
Analytical information on current affairs-- Political, Economic, Education, Sports, Cultural and more...
ব্যক্তিত্ব বিকাশৰ বৈজ্ঞানিক বিশ্লেষণ Dr D J Bhuyan AMC
যোৱা ২১ জুলাইত অনুষ্ঠিত গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণী অনুষ্ঠান ‘ৰুণ্-জুন্ নূপুৰে মাতে’ আৰু বৃহত্তৰ গৰুধৰীয়া মধুপুৰ অঞ্চলৰ কৃতী ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনোৱাৰ উদ্দেশ্যে অনুষ্ঠিত কৰা ‘উছাহৰ ৰামধেনু’শীৰ্ষক অনুষ্ঠানত প্ৰদান কৰা অসম চিকিৎসা মহাবিদ্যালয়ৰ মানসিক ৰোগ বিভাগৰ সহযোগী অধ্যাপক ডাঃ ধ্ৰুৱজ্যোতি ভূঞাৰ বক্তিতাটো।
Просмотров: 133
Видео
মধুৰ শব্দ চয়নেৰে মনোগ্ৰাহী এটি চুটি ভাষণ || Mrinal Kumar Baruah || JONAK
Просмотров 3876 месяцев назад
মধুৰ শব্দ চয়নেৰে মনোগ্ৰাহী এটি চুটি ভাষণ || Mrinal Kumar Baruah || JONAK
Heart Attack || Dr. M S Chaliha || হৃদৰোগ আৰু ল’ব লগা সাৱধানতা
Просмотров 14911 месяцев назад
যোৱা সাত বছৰৰ আগতেই ডিব্ৰুগড় দূৰদৰ্শনৰ ‘স্বাস্থ্য চৰ্চা’ শিতানত সম্প্ৰচাৰিত ‘হৃদৰোগ আৰু ল’ব লগা সাৱধানতা এক কথোপকথন’ শীৰ্ষক অনুষ্ঠান৷ শ্ৰীযুতা স্বপ্নালী ভূঞা শইকীয়াৰে হোৱা এই কথোপকথনৰ সমল ব্যক্তি আছিল হৃদৰোগ বিশেষজ্ঞ ডাঃ মৃগাংক শ্বেখৰ চলিহাদেৱ৷ আমি ই এন ই আছামে তেখেতৰ অনুমতি সাপেক্ষে পুনৰ ৰাইজৰ মাজলৈ এই ভিডিঅ’টো আগবঢ়ালোঁ৷ আমি আশা কৰিছোঁ এই ভিডিঅ’টোৱে ৰাইজৰ উপকাৰ সাধিব৷
Punakan Baruah|| উদ্বোধনী ভাষণ|| শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱৰ গীত
Просмотров 393Год назад
ডিব্ৰুগড় মিলনজ্যোতি সংঘৰ উদ্যোগত অনুষ্ঠিত ‘ত্ৰয়োদশ ডিব্ৰুগড় গ্ৰন্থমেলা-২০২৩’ৰ ১৪ ডিচেম্বৰত ‘বিশিষ্ট সমাজকৰ্মী তথা সাহিত্যিক ড° সৃষ্টিধৰ দত্তৰ সোঁৱৰত অনুষ্ঠিত ‘শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱৰ গীতৰ [পৰম্পৰাগত] গায়নশৈলী’ শীৰ্ষক আলোচনাচক্ৰৰ উদ্বোধক তথা বিধায়ক পোনাকণ বৰুৱাই প্ৰদান কৰা ভাষণটো৷
মায়ামৰা গায়ন || Mayamora Gayan || বায়ন বিদ্যা দত্ত
Просмотров 746Год назад
ডিব্ৰুগড় মিলনজ্যোতি সংঘৰ উদ্যোগত অনুষ্ঠিত ‘ত্ৰয়োদশ ডিব্ৰুগড় গ্ৰন্থমেলা-২০২৩’ৰ ১৪ ডিচেম্বৰত ‘বিশিষ্ট সমাজকৰ্মী তথা সাহিত্যিক ড° সৃষ্টিধৰ দত্তৰ সোঁৱৰত অনুষ্ঠিত ‘শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱৰ গীতৰ [পৰম্পৰাগত] গায়নশৈলী’ শীৰ্ষক আলোচনাচক্ৰত বায়ন শ্ৰীযুত বিদ্যা দত্তই পৰিৱেশন কৰা মায়ামৰা গায়নশৈলী৷
শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱৰ গীতৰ গায়নশৈলী || বক্তাঃ তৰালী শৰ্মা
Просмотров 1,2 тыс.Год назад
ডিব্ৰুগড় মিলনজ্যোতি সংঘৰ উদ্যোগত অনুষ্ঠিত ‘ত্ৰয়োদশ ডিব্ৰুগড় গ্ৰন্থমেলা-২০২৩’ৰ ১৪ ডিচেম্বৰত ‘বিশিষ্ট সমাজকৰ্মী তথা সাহিত্যিক ড° সৃষ্টিধৰ দত্তৰ সোঁৱৰত অনুষ্ঠিত ‘শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱৰ গীতৰ [পৰম্পৰাগত] গায়নশৈলী’ শীৰ্ষক আলোচনাচক্ৰৰ মুখ্য অতিথি হিচাপে বিশিষ্ট সংগীত শিল্পী তৰালী শৰ্মাই প্ৰদান কৰা ভাষণটো৷
শিশু ভাওনা -- একলব্যৰ গুৰু দক্ষিণা (Best Sound Quality)
Просмотров 496Год назад
ডিব্ৰুগড়ৰ ’সম্পূৰ্ণ কেন্দ্ৰ বিদ্যালয়’ আৰু ’আউনীআটী শাখা সত্ৰ’ৰ ছাত্ৰ-ছাত্ৰীৰ অভিনয়েৰে সম্পূৰ্ণ কেন্দ্ৰ বিদ্যালয়ত প্ৰদৰ্শন কৰা ‘একলব্যৰ গুৰু দক্ষিণা’ ভাওনাখনিৰ সম্পূৰ্ণ ভিডিঅ’৷
ভাওনা বিষয়ক এক মনোজ্ঞ ভাষণ || Dr. Sri Sri Pitambar Devagoswami
Просмотров 2,8 тыс.Год назад
ভাওনা বিষয়ক এক মনোজ্ঞ ভাষণ || Dr. Sri Sri Pitambar Devagoswami
এটি সাৰগৰ্ভ ভাষণ|| Dr. Sri Sri Pitambar Devagoswami
Просмотров 87 тыс.Год назад
ডিব্ৰুগড়ৰ সম্পূৰ্ণ কেন্দ্ৰ বিদ্যালয়ত যোৱা ৩ জুলাই অনুষ্ঠিত 'গুৰু পূৰ্ণিমা’ত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ড° শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামীয়ে প্ৰদান কৰা সাৰগৰ্ভ ভাষণটো৷
বিংশ শতিকাৰ অসমীয়া আত্মজীৱনীমূলক সাহিত্য || ড° জয়ন্ত কুমাৰ বৰা|| ডিব্ৰুগড় বিশ্ববিদ্যালয়
Просмотров 75Год назад
হোমেন বৰগোহাঞিৰ স্মৃতি সুৰক্ষা সমিতিয়ে যোৱা ৭ ডিচেম্বৰ ২০২২ তাৰিখে ডিব্ৰুগড. হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ শংকৰদেৱ প্ৰেক্ষাগৃহত আয়োজন কৰা অসমীয়া সাহিত্যৰ মহীৰূহ হোমেন বৰগোহাঞিৰ নব্বৈ বছৰীয়া জন্মদিনটো ‘প্ৰজ্ঞাৰ দিন’ৰূপে পালন কৰিছিল৷ এই অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিবেশ্য কলা অধ্যয়ন কেন্দ্ৰৰ অধ্যক্ষ তথা অসমীয়া বিভাগৰ প্ৰাধ্যাপক ড॰ জয়ন্ত কুমাৰ বৰাদেৱে ‘বিংশ শতিকাৰ অসমীয়া আত্মজীৱনীমূল...
অসমীয়া সাহিত্যৰ মহীৰূহ হোমেন বৰগোহাঞি সম্পৰ্কে ড° নগেন শইকীয়াদেৱৰ ভাষণ
Просмотров 1092 года назад
হোমেন বৰগোহাঞি স্মৃতি সুৰক্ষা সমিতিৰ উদ্যোগত ৭ ডিচেম্বৰত অনুষ্ঠিত প্ৰজ্ঞাৰ দিনত প্ৰথিতযশাসাহিত্যিক ড° নগেন শইকীয়াদেৱৰ ভাষণ৷ স্থানঃ শংকৰদেৱ সভাগৃহ, ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়৷
AMC : মোৰ সোণালী সুদিন || Dr S M Baruah
Просмотров 3952 года назад
অসম চিকিৎসা মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী উপলক্ষে ডাঃ শ্ৰীমন্ত মাধৱ বৰুৱাৰ এটি কবিতা আবৃত্তি৷
Mayur Bora|| অসম চিকিৎসা মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰী সৈতে মতবিনিময় বিশিষ্ট চিন্তাবিদ ময়ূৰ বৰাৰ
Просмотров 7662 года назад
Mayur Bora|| অসম চিকিৎসা মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰী সৈতে মতবিনিময় বিশিষ্ট চিন্তাবিদ ময়ূৰ বৰাৰ
AMC চিকিৎসকৰ ভাওনা || অসম চিকিৎসা মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী উপলক্ষে
Просмотров 5432 года назад
AMC চিকিৎসকৰ ভাওনা || অসম চিকিৎসা মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী উপলক্ষে
সফল জীৱনৰ সৰল সংজ্ঞা|| Dr. Pranjal Buragohain, Dibrugarh University
Просмотров 13 тыс.2 года назад
সফল জীৱনৰ সৰল সংজ্ঞা|| Dr. Pranjal Buragohain, Dibrugarh University
মটক জনগোষ্ঠীৰ ইতিহাস আৰু সমাজ ব্যৱস্থা || বক্তৃতাঃ ড° কৰবী বৰুৱা গগৈ
Просмотров 3,5 тыс.3 года назад
মটক জনগোষ্ঠীৰ ইতিহাস আৰু সমাজ ব্যৱস্থা || বক্তৃতাঃ ড° কৰবী বৰুৱা গগৈ
The Advertisement | বিজ্ঞাপন | An Assamese Short Film |
Просмотров 1,1 тыс.4 года назад
The Advertisement | বিজ্ঞাপন | An Assamese Short Film |
Traditional Ritual of Matak Community মটক জনগোষ্ঠীৰ পৰম্পৰাগত সকাম-নিকাম
Просмотров 6 тыс.4 года назад
Traditional Ritual of Matak Community মটক জনগোষ্ঠীৰ পৰম্পৰাগত সকাম-নিকাম
CORONA song || Lyrics : Dr. Manashi Gogoi Borgohain || Singer : Bhuban Gogoi & Diganta Chetia
Просмотров 5184 года назад
CORONA song || Lyrics : Dr. Manashi Gogoi Borgohain || Singer : Bhuban Gogoi & Diganta Chetia
Xarodi Puwar Lyrics : Dr. Manashi Gogoi Borgohain
Просмотров 2584 года назад
Xarodi Puwar Lyrics : Dr. Manashi Gogoi Borgohain
সমাজকৰ্মী প্ৰফুল্ল চন্দ্ৰ পাত্ৰৰ অভিনন্দন গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ কিয়দংশ
Просмотров 2635 лет назад
সমাজকৰ্মী প্ৰফুল্ল চন্দ্ৰ পাত্ৰৰ অভিনন্দন গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ কিয়দংশ
পবিত্ৰ মাৰ্ঘেৰিটাই আবৃত্তি কৰা প্ৰয়াত জননেতা অটল বিহাৰী বাজপেয়ীৰ এটা অৰ্থৱহ কবিতা 'চিনাকি'
Просмотров 1,2 тыс.6 лет назад
পবিত্ৰ মাৰ্ঘেৰিটাই আবৃত্তি কৰা প্ৰয়াত জননেতা অটল বিহাৰী বাজপেয়ীৰ এটা অৰ্থৱহ কবিতা 'চিনাকি'
Shatriya Nritya performed by Nrityangan Kala Kendra
Просмотров 9696 лет назад
Shatriya Nritya performed by Nrityangan Kala Kendra
Prabhur bhakhane hahasra janar kalyan hadhibo .dhruba.
Krishna Krishna probhu hewa janalo 👏👏👏👏
🙏🙏
আমি এটাই জানো, গুৰু কোন মহাপুৰুষ শ্ৰী শ্ৰী মাধৱ দেৱে সুন্দৰকৈ দেখাই গৈছে , যে , শ্ৰী মন্ত শঙ্কৰ হৰি ভকতৰ জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই নাই নাই আমাৰ পৰম গুৰু। গতিকে শঙ্কৰ গুৰু জনাৰ পৃথিৱীত ২য় জন গুৰু নাই । আৰু আপোনাৰ কথাখিনি ভালেই লাগিছে আপুনি কব লাগে ঘোষাত কৈছে যে সৎ সঙগ অনুসৰা শ্ৰৱন কীৰ্তন কৰা পৰি সৰা পাষণ্ড আচাৰ । পাষণ্ড আচাৰ সকলোৰে গাত আছে সন্তৰ সঙগত শ্ৰৱন কীৰ্তনেহে মানুহৰ চৰিত্ৰ গঠন হব ।
Dr Pitambardeva Pravu is expressing about the common source of all moral forces of goodness unity lies within every soul in the God within the one Self which is universal principle of Existence as the highest morality as Love your neighbour as yourself
চাৰৰ ভাষণটো শুনাৰ পিছত ৫০ শতাংশ সফল মোৰ আজয়ে হৈছে যেন লাগিছে। মোৰ দৃষ্টিত বৰ্ত্তমান সময়ত চাৰ এজন সফল ব্যক্তি। 🙏
সুন্দৰ আলোচনা ছাৰ ।
Om santi Om Shanti shanti.krishan Krishna krishna.gurru jonar soranat kotty pronam janalu.🎉
Krishna 🙏🙏🙏🙏
অতিসূনদৰ বৰ্ণনা ।কৃষ্ণ কৃষ্ণ সুপ্ৰভাত
গুৰু ব্ৰক্ষ্মা গুৰু বিষ্ণু গুৰু দেৱ মহেশ্বৰ।। কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম ৰাম ৰাম হৰি হৰি হৰি নাৰায়ণ নাৰায়ণ নাৰায়ণ ওম শিৱাই নামো নমহঃ ওম শিৱাই নামো নমহঃ
গুৰু দেৱ প্ৰনাম প্ৰভু মোৰ শ্ৰদ্ধা ভক্তিক গ্ৰহণ কৰিঢ় আপুনি আৰ্শীবাদ প্ৰেৰণ কৰিব বুলি আশা ৰাখিলোঁ গুৰুদেৱ।। কৃষ্ণ কৃষ্ণ কৃষ্ণ।।
কৃষ্ণ কৃষ্ণ কৃষ্ণ গুৰু ব্ৰাক্ষ্মা গুৰু বিষ্ণু গুৰু দেৱ মহেশ্বৰ।। গুৰু দেৱ আপোনাৰ ওচৰত মোৰ প্ৰাৰ্থনা জনালোঁ কৃষ্ণ কৃষ্ণ ৰাম ৰাম হৰি হৰি।।
তেখেতে নিজকে গুৰু বুলি জাহিৰ কৰি ফুৰিছে নিকি? শগুন যিমান ওপৰলৈ উৰিলেও মৰাশত হে চকু পৰে।
কৃষ্ণ কৃষ্ণ কৃষ্ণ গোবিন্দ গোবিন্দ গোবিন্দ প্ৰভুৰচৰনত প্ৰদান কৰা হ'ল যে মই সপৰিয়ালে অহা নবেম্বৰ মাহত জোৱাৰ আশা ৰাখিলোঁ গ'লে এই বাৰ লগ পোৱাৰ আশা ৰাখিলোঁ প্ৰভুদেৱ।।
গুৰু দেৱ প্ৰনাম প্ৰভু প্ৰনাম।।
প্ৰণাম, কৃষ্ণ কৃষ্ণ 🙏🙏
কৃষ্ণ কৃষ্ণ 🙏🙏
জয় গুৰু 🙏
Krishna Krishna Ram Ram Ram ❤❤❤❤
কৃষ্ণ,প্ৰভু জনলৈ সেৱা জনালোঁ
Gohaindev aponar ghar kot jonaba sun hosai aponar kothabur bar hundar
Dhemaji laipuliya hubahi
বাইদেউত আপুনি সুন্দৰ যোক্তি ডাঙি ধৰিছে ধন্যবাদ থাকিল
ভাল।লাগিল
Oti sundarhoise.
Krishna Krishna
🙏👍
Val lagil
একহৰণ ধৰ্মৰ ওপৰত কোৱা আজিলৈকে শুনা নাই | ধৰ্মৰ আচল তত্বৰ ওপৰতহে গুৰুত্ব দিব লাগে ওপৰুৱা কিছুমান ধৰ্মৰ কথা কৈ এক হৰণ হৰি নামধৰ্মৰ ওপৰত এওলোকে নকয় |
সএৰ অধিকাৰী সকল পৰম ব্রক্ষ্ম হয় জানো নিজকে গুৰু গুৰু কৈ থাকে | গুৰু চাৰিজনহে পাচজন নহয় | আদৰ্শ গুৰু বুলি কোনো গুৰু নাই | শংকৰদেৱৰ নাম গুৰু বুলি যাৰ মুখত প্রকাশ নহয় সেই সকলক নৰাধম বুলি কয় |
Krishna🙏🙏
Kishore bap
Best wishes.
🙏🙏🙏
Krishn krishn
Jai shree Ram ♥️♥️♥️
ঠাইভেদে মায়ামৰা গায়নৰ শৈলী পৃথক হোৱাৰ বাবে তাল, মানৰ বহুত খেলিমেলি হোৱা দেখা যায়। ইয়াৰ ৰূপক তালখন আমি ৰূপগুজৰ বুলি শিকিলোঁ, গুঞ্জল তালখন পুৰবিষম বুলি শিকিলোঁ ইত্যাদি। কিন্তু খোল বাদ্যৰ ক্ষেত্ৰত কিন্তু এনেকুৱা নহয়। প্ৰায়বোৰ শৈলী একে। মই জনাত খোলৰ দুটা শৈলীয়ে প্ৰধান; কমলাবাৰী আৰু বৰদোৱা। কিন্তু মৃদং বাদ্যৰ ক্ষেত্ৰত এনেহোৱা নাই। তাকে ভাবিলে বেয়া লাগে।
Informative
এয়া মায়ামৰা সমাজৰ হে নীতি নিয়ম,মটক জনগোষ্ঠীৰ নহয়।
মটকৰে হয়৷ আনহাতে মটকসকল মায়ামৰা সমাজৰে এটা অংশ৷
প্ৰভুলৈ সেৱা নিবেদিছো 🙏🙏🙏
কৃষ্ণ কৃষ্ণ সেৱা জ্নালো প্ৰভু ❤❤
🙏🙏🙏🙏🙏🙏
❣️🙏❣️
Dada moran khokoloru ji niyom ba riti niti kheiburu anedhorone uposthapan korib buli akha thakil jihe2 moran aru matk jongusthi niyom bur janib mon jaiiii❤❤❤❤❤
নিশ্চয়৷ সুবিধা হ’লে দিম৷
প্ৰভূ ঈশ্বৰলৈ সহস্ৰবাৰ প্ৰণাম🙏